Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
More
Assam
North-East
India
National
World
International
Politics
Sports
Entertainment
Science & Technology
Business
Lifestyle
Career
Astrology
Travel & Tourism
Stocks
Food
Fashion
Education
Health & Fitness
Automobile
Election
Cricket
Football
Money
Movie
Movie Review
Opinion
Agriculture
Gadget
Investment
Crime
Employment
Reels
Entrepreneurship
Startup
Featured Video
Shopping
My City
Miscellaneous
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সমস্যাত পৰিছে ভাৰত
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ তৃতীয় টেষ্টৰ তৃতীয়দিনা সমস্যাত পৰিছে ভাৰত ৷অষ্ট্ৰেলিয়াই কৰা ৪৪৫ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে খেলৰ সামৰণিৰ পৰলৈকে ৪উইকেটত ৫১ ৰান কৰিছে প্ৰথম ইনিংছত আজি ৷ বৰষুণ আৰু কম পোহৰৰ বাবে আজি খেল সম্ভৱ হয় মাত্ৰ ৩৩.১ অভাৰৰহে ৷হাতত ছটা উইকেট থকা অৱস্হাত ভাৰত এতিয়াও পাছ পৰি আছে ৩৯৪ ৰানত ৷ অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ট্ৰেভিছ হেডে ১৫২ আৰু ষ্টিভ স্মিথে ১০২ ৰানৰ বৰঙনি আগবঢ়ায় ৷জছপ্ৰীত বুমৰাহে ৭৬ ৰানত ছটা উইকেট দখল কৰে। ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷
