খানাপাৰাত আৱেগিক পৰিবেশ!

খানাপাৰাত আৱেগিক পৰিবেশ ! চকুলো টুকি মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ। নাম-কীৰ্তন কৰি তামোল-পাণ আগবঢ়াই প্ৰতিবাদ বহিছে সদৌ অসম প্ৰাথমিক, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী-সহায়িকা সন্থাই।