পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ দেওবাৰে হ’ব ভূমি পূজন

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত এক্সট্রা-ড'জড্ড পি এছ চি দলঙৰ দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিব ভূমি পূজন৷ ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙখন নিৰ্মাণত ৩১৯৭.২০ কোটি টকা খৰছ হ’ব৷