এপিএছচিত কোনে, ক’ত পালে ছিলেকচন

এচিএছৰ বাবে ৪৫ জনক, এপিএছৰ বাবে ৩৫ জনক, কৰ অধীক্ষক আৰু আবকাৰী অধীক্ষকৰ বাবে এজনকৈ, অসম বিত্ত সেৱাৰ ( এএফএছ) বাবে ১৩ জনক, বিডিঅ’ৰ বাবে ৬ জনক, সমাবায় সমিতিৰ সহকাৰী পঞ্জীয়ক, কৰ পৰিদৰ্শক আৰু শ্ৰম পৰিদৰ্শকৰ বাবে ৪ জনকৈ, সহকাৰী নিয়োগ বিষয়াৰ বাবে এজনক, ছাব ৰেজিষ্টাৰৰ বাবে ৩ জনক, সহকাৰী গাণনিক বিষয়াৰ বাবে ১০৭ জনক আৰু প্ৰাথমিক শিক্ষাৰ ইন্সপেক্টিং অডিটৰ পদৰ বাবে ১১ জনক বাছনি কৰিছে এপিএছচিয়ে৷