'Pushpa 2' ৰ প্ৰিমিয়াৰত অঘটন।

'Pushpa 2' ৰ প্ৰিমিয়াৰত অঘটন। প্ৰিমিয়াৰৰ শ্ব'ত আল্লু অৰ্জুন উপস্থিত হোৱাৰ পাছতেই ভয়ংকৰ ঘটনা। আল্লু অৰ্জুনক চাবলৈ অনুৰাগীসকলে কৰা হেঁচা-ঠেলাত মহিলাৰ মৃত্যু। বৰ্তমান মহিলাগৰাকীৰ কণমানি পুত্ৰৰ অৱস্থা সংকটজনক। এই হৃদয়বিদাৰক ঘটনা হায়দৰাবাদৰ।