পুৰুষৰ জুনিয়ৰএছিয়া কাপ হকীত পুনৰ খিতাপ দখল কৰিলে ভাৰতে

পুনৰ চেম্পিয়ন ভাৰত পুৰুষৰ জুনিয়ৰএছিয়া কাপ হকীত পুনৰ খিতাপ দখল কৰিলে ভাৰতে ৷বুধবাৰে নিশা ওমানৰ মাস্কটত অনুষ্ঠিত ফাইনেলখনত ভাৰতে পাকিস্তানক ৫—৩গ'লত পৰাস্ত কৰে ৷ ভাৰতে একেৰাহে পঞ্চমবাৰলৈ চেম্পিয়ন হৈছে৷